অভিযোগ প্ৰতিকাৰ নীতি

অসমীফাই ডিজিটেল মিডিয়া (Axomify Digital Media)
তথ্য প্ৰযুক্তি (মধ্যস্থতাকাৰী নিৰ্দেশনা আৰু ডিজিটেল মিডিয়া আচৰণ বিধি) নিয়ম, ২০২১ (Information Technology Rules, 2021) ৰ অধীনত ‘অসমীফাই ডিজিটেল মিডিয়া’ এক দায়িত্বশীল ডিজিটেল সংবাদ মাধ্যম হিচাপে পাঠকৰ বাবে এক স্বচ্ছ অভিযোগ প্ৰতিকাৰ ব্যৱস্থা গঢ়ি তুলিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।
আমাৰ প্লেটফৰ্মত প্ৰকাশিত কোনো বা-বাতৰি, প্ৰবন্ধ বা বিষয়বস্তুক লৈ আপোনাৰ কিবা আপত্তি বা অভিযোগ থাকিলে আপুনি তলত উল্লেখ কৰা নিয়ম অনুসৰি আমাৰ অভিযোগ প্ৰতিকাৰ বিষয়াৰ সৈতে পোনপটীয়াকৈ যোগাযোগ কৰিব পাৰে।
১. অভিযোগ প্ৰতিকাৰ বিষয়াৰ সবিশেষ
- বিষয়াৰ নাম: টুলটুল ফুকন
- পদবী: সম্পাদক আৰু স্বত্বাধিকাৰী
- ঠিকনা: ঢকুৱাখনা, লখিমপুৰ, অসম, পিন- ৭৮৭০৫৮
- ইমেইল আইডি: tphukan22@gmail.com
- ৱেবছাইট/প্লেটফৰ্ম: অসমীফাই ডিজিটেল মিডিয়া
২. অভিযোগ দাখিল কৰাৰ প্ৰক্ৰিয়া
কোনো বিষয়বস্তুৰ বিৰুদ্ধে অভিযোগ কৰিবলৈ হ’লে অভিযোগকাৰীয়ে ওপৰত উল্লেখিত ইমেইল আইডিলৈ এটা আনুষ্ঠানিক মেইল প্ৰেৰণ কৰিব লাগিব। মেইলটোত তলৰ তথ্যসমূহ থকাটো বাধ্যতামূলক:
- অভিযোগকাৰীৰ সবিশেষ: নাম, সম্পূৰ্ণ ঠিকনা আৰু ম’বাইল নম্বৰ।
- খবৰৰ লিংক (URL/Link): যিটো খবৰ বা পোষ্টক লৈ আপত্তি আছে, তাৰ সঠিক লিংক বা স্ক্ৰীণশ্বট।
- আপত্তিৰ কাৰণ: খবৰটোৰ কোনটো অংশই তথ্য প্ৰযুক্তি নিয়ম বা সাংবাদিকতাৰ নীতি উলংঘা কৰিছে, তাৰ এক স্পষ্ট কাৰণ উল্লেখ কৰিব লাগিব।
৩. অভিযোগৰ নিস্পত্তিৰ সময়সীমা
- প্ৰাপ্তি স্বীকাৰ (Acknowledgment): অভিযোগ লাভ কৰাৰ ২৪ ঘণ্টাৰ ভিতৰত অভিযোগকাৰীক মেইল যোগে জনোৱা হ’ব।
- চূড়ান্ত নিস্পত্তি (Final Decision): চৰকাৰী নিয়ম অনুসৰি, অভিযোগ লাভ কৰাৰ ১৫ দিনৰ ভিতৰত সমগ্ৰ বিষয়টো চালি-জাৰি চাই প্ৰয়োজনীয় পদক্ষেপ (যেনে খবৰটোৰ সংশোধন, স্পষ্টীকৰণ বা পেজৰ পৰা আঁতৰোৱা) গ্ৰহণ কৰা হ’ব আৰু চূড়ান্ত সিদ্ধান্ত অভিযোগকাৰীক মেইলযোগে জনোৱা হ’ব।
Grievance Redressal Policy
Axomify Digital Media
In accordance with the Information Technology (Intermediary Guidelines and Digital Media Ethics Code) Rules, 2021, 'Axomify Digital Media' is committed to providing a transparent grievance redressal mechanism for its readers as a responsible digital news platform.
If you have any complaints or objections regarding any news, article, or content published on our platform, you can contact our Grievance Redressal Officer directly as per the guidelines mentioned below.
1. Details of the Grievance Redressal Officer
- Name of the Officer: Tultul Phukan
- Designation: Editor & Owner
- Address: Dhakuakhana, Lakhimpur, Assam, Pin- 787058
- Email ID: tphukan22@gmail.com
- Platform: Axomify Digital Media
2. Procedure to File a Grievance
To file a complaint against any content, the complainant must send a formal email to the above-mentioned Email ID. The email must contain the following mandatory information:
- Details of the Complainant: Name, complete postal address, and mobile number.
- Content Link (URL/Link): The exact link or screenshot of the news or post in question.
- Reason for Objection: A clear explanation of which part of the content violates the IT Rules or journalistic ethics.
3. Timeline for Redressal
- Acknowledgment: The receipt of the complaint will be acknowledged via email within 24 hours.
- Final Redressal: As per government rules, the issue will be thoroughly investigated, and appropriate action (such as correction, clarification, or removal of the content) will be taken within 15 days. The final decision will be communicated to the complainant via email.
0 Comments