Privacy Policy

Privacy Policy
Last Updated: October 31, 2026


At AXOMIFY Digital Media, we respect your privacy and are committed to protecting any personal information you share with us. This Privacy Policy explains how we collect, use, and safeguard your data in compliance with the Information Technology Rules, 2021.
1. Information We Collect
We may collect the following types of information:
  • Personal details (Name, Email, Phone Number) when you contact us.
  • Information submitted through contact or subscription forms.
  • Basic user data such as IP address, browser type, cookies, and device information to optimize website performance.
2. How We Use Your Information
We use your information to:
  • Respond to your queries, messages, or complaints submitted through our Grievance Redressal mechanism.
  • Improve our website, services, and upcoming digital publications (such as our E-Magazine).
  • Provide updates, news, newsletters, or important information.
  • Ensure website security and prevent any misuse.
3. Data Protection & Sharing
We take appropriate security measures to protect your personal information. We do not sell, trade, or rent your personal information to others. Your data is only used for official communication and service improvement purposes.
4. Third-Party Services
We may use third-party services (such as analytics tools or social media platforms like Facebook and Instagram) which collect limited data as per their own privacy policies. AXOMIFY Digital Media is not responsible for their independent practices.
5. Your Rights
Under the applicable digital media regulations, you have the right to request access to your personal data, ask for correction or deletion of your data, or withdraw your consent at any time.
6. Contact Us
If you have any questions about this Privacy Policy, you can contact us:
  • 📧 Email: infoaxomify@gmail.com
  • 📍 Location: Dhakuakhana, Assam, India


গোপনীয়তা নীতি
অসমীফাই ডিজিটেল মিডিয়াত আমি আপোনাৰ গোপনীয়তাৰ প্ৰতি শ্ৰদ্ধা ৰাখোঁ আৰু আপুনি আমাৰ সৈতে শ্বেয়াৰ কৰা যিকোনো ব্যক্তিগত তথ্য সুৰক্ষিত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। এই গোপনীয়তা নীতিৰ জৰিয়তে তথ্য প্ৰযুক্তি নিয়ম, ২০২১ ৰ অধীনত আমি আপোনাৰ তথ্য কেনেকৈ সংগ্ৰহ, ব্যৱহাৰ আৰু সুৰক্ষিত কৰোঁ, সেই বিষয়ে বাখ্যা কৰা হৈছে।
১. আমি সংগ্ৰহ কৰা তথ্য
আমি তলত উল্লেখ কৰা তথ্যসমূহ সংগ্ৰহ কৰিব পাৰোঁ:
  • আপুনি আমাৰ সৈতে যোগাযোগ কৰিলে আপোনাৰ নাম, ইমেইল আৰু ফোন নম্বৰ।
  • ৱেবছাইটৰ কন্টাক্ট বা চাবস্ক্ৰিপচন ফৰ্মৰ জৰিয়তে জমা দিয়া তথ্য।
  • ৱেবছাইটৰ কাৰ্যক্ষমতা উন্নত কৰিবলৈ আইপি (IP) ঠিকনা, ব্ৰাউজাৰৰ প্ৰকাৰ, কুকিজ আৰু ডিভাইচৰ প্ৰাথমিক তথ্য।
২. আপোনাৰ তথ্য আমি কেনেকৈ ব্যৱহাৰ কৰোঁ
আমি আপোনাৰ তথ্যসমূহ তলৰ কামবোৰত ব্যৱহাৰ কৰোঁ:
  • আপোনাৰ প্ৰশ্ন, বাৰ্তা বা আমাৰ 'অভিযোগ প্ৰতিকাৰ ব্যৱস্থা'ৰ অধীনত অহা আবেদনৰ উত্তৰ দিবলৈ।
  • আমাৰ ৱেবছাইট, সেৱা আৰু আগন্তুক ডিজিটেল প্ৰকল্প (যেনে ই-আলোচনী) অধিক উন্নত কৰিবলৈ।
  • নতুন বা-বাতৰি, আপডেট বা প্ৰয়োজনীয় তথ্য যোগান ধৰিবলৈ।
  • ৱেবছাইটৰ সুৰক্ষা নিশ্চিত কৰিবলৈ আৰু ইয়াৰ অপব্যৱহাৰ ৰোধ কৰিবলৈ।
৩. তথ্য সুৰক্ষা আৰু ভাগ-বতৰা
আমি আপোনাৰ ব্যক্তিগত তথ্য সুৰক্ষিত ৰাখিবলৈ উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰোঁ। আমি আপোনাৰ তথ্য কোনো তৃতীয় পক্ষক বিক্ৰী বা ভাড়াত নিদিওঁ। আপোনাৰ তথ্য কেৱল অফিচিয়েল যোগাযোগ আৰু সেৱা উন্নয়নৰ কামত ব্যৱহাৰ কৰা হয়।
৪. তৃতীয় পক্ষৰ সেৱা
আমাৰ ৱেবছাইটত কিছুমান অন্য এক্সটাৰ্নেল লিংক বা ছচিয়েল মিডিয়া (যেনে ফেচবুক বা ইনষ্টাগ্ৰাম) ব্যৱহাৰ হ’ব পাৰে, যিবোৰে তেওঁলোকৰ নিজস্ব নীতি অনুসৰি তথ্য সংগ্ৰহ কৰে। তেওঁলোকৰ কাৰ্যকলাপৰ বাবে অসমীফাই ডিজিটেল মিডিয়া দায়ী নহয়।
৫. আপোনাৰ অধিকাৰ
প্ৰচলিত ডিজিটেল মিডিয়া নিয়মাৱলী অনুসৰি, আপোনাৰ ব্যক্তিগত তথ্য পৰীক্ষা কৰা, ইয়াক সংশোধন বা মটি পেলাবলৈ অনুৰোধ কৰাৰ অধিকাৰ আপোনাৰ সদায় থাকিব।
৬. যোগাযোগৰ ঠিকনা
এই গোপনীয়তা নীতিৰ সন্দৰ্ভত কিবা প্ৰশ্ন থাকিলে আপুনি আমাৰ সৈতে যোগাযোগ কৰিব পাৰে:
  • 📧 ইমেইল: infoaxomify@gmail.com
  • 📍 ঠিকনা: ঢকুৱাখনা, লখিমপুৰ, অসম, পিন- ৭৮৭০৫৮


Post a Comment

0 Comments